ASSAMESE BIBLE CLASS ROMAN 1 Pr.Valson Samuel ৰোমীয়াসকললৈ লিখা পত্ৰৰ প্ৰথম অধ্যায়ৰ পাঁচৰ পৰা সাত পদলৈকে আপুনি পঢ়িব পাৰে। তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি-বাব পালোঁ, সেই জাতিবিলাকৰ মাজত তোমালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক, ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে, সেই সকলোবিলাকৰ সমীপলৈ I আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্ত...